Home ৰাজ্যনলবাৰীৰ গোবৰাদলৰ আশ্ৰয় শিবিৰত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

নলবাৰীৰ গোবৰাদলৰ আশ্ৰয় শিবিৰত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

by News Desk
60 views
A+A-
Reset

হেমন্ত কলিতা, নলবাৰীঃ সমগ্ৰ অসমৰ লগতে আজিও অপৰিৱৰ্তিত হৈ আছে নলবাৰীৰ বান পৰিস্থিতি। বুধবাৰ দিনটোত বৰষুন অহা নাই যদিও পানী কমি যোৱা নাই নলবাৰীৰ বানাক্ৰান্ত অঞ্চল সমূহত। ভোকে পিয়াহে বহু আশ্ৰয় শিবিৰত দিন পাৰ কৰিছে বানাক্ৰান্তই। উপায়বিহীন হৈ মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ সম্মুখতে ক্ষোভ উজাৰিলে একাংশ বানাক্ৰান্ত দুৰ্ভোগীয়া ৰাইজে৷ 

বিশেষকৈ পাগলাদিয়া, মৰা পাগলাদিয়া, বুঢ়াদিয়া, কানাইখুন্দা, বৰলীয়া আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে জিলাখনৰ ১৬০ খন গাঁওৰ ৰাইজক নৰক যন্ত্ৰনা ভোগাই অহাৰ পিছত বানাক্ৰান্ত সকলক এই পৰ্যন্ত পৰ্যপ্ত বান সাহাৰ্য্য প্ৰদানত চৰকাৰ প্ৰশাসন ব্যৰ্থ হোৱাৰ সময়তে নলবাৰীৰ গোবৰাদলৰ এটি  আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ খবৰ লয় মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0