দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশনখন অহা ৭ জুলাইত এদিনীয়া কাৰ্যসূচীৰে চামতা প্ৰেছ ক্লাব প্ৰাগংনত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিৱেশ প্ৰস্তুতি কৰনৰ পিছতে পতাকা উত্তোলণ, ছহিদ তৰ্পন, বন্তি প্ৰজ্বলন আৰু বৃক্ষ ৰোপন কৰা হ’ব। তাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছৰ কাৰ্যসূচী অনুসৰি প্ৰবীণ সাংবাদিক এম হাচান আলীয়ে প্ৰতিনিধি সভা উদ্বোধন কৰিব।