Home ৰাজ্যনলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

by News Desk
66 views
A+A-
Reset

নলবাৰীঃ উত্তৰ পূৱ ভাৰতৰ অন্যতম মহোৎসৱ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে লাইখুঁটা স্থাপন কৰা হয়।

উদযাপন সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদকদ্বয় মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মনৰ উপস্থিতিত শিক্ষাবিদ, সমাজকৰ্মী, হৰিমন্দিৰ সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহ সদস্য সৰ্বেশ্বৰ  দাসে লাইখুঁটা স্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0