58
নলবাৰীঃ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা বৰভাগ শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন বৰভাগ মহাবিদ্যালয়ত অহা ২৬ মেত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
কাৰ্যসূচী অনুসৰি সিদিনা পুৱা শাখা সভাৰ উপসভাপতি অচ্যুত পাটোৱাৰীয়ে সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কৰিব শাখা সভাৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰ গোস্বামীয়ে।