59
ডিজিটেল ৰিপ’ৰ্টঃ আশাব্যঞ্জক নহ’লেও পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ মান ৰক্ষা কৰে সমৰজিৎ কলিতাই।
নলবাৰী চহৰৰ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ একাডেমীৰ বিজ্ঞান শাখাৰ ছাত্ৰ সমৰিজতে সৰ্বমুঠ ৪৭৭ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সমৰ্থ হয়।