Home ৰাজ্যনলবাৰীৰ জাঁপি শিল্পৰ প্ৰচাৰ-প্ৰসাৰ কৰিব ৰাজ্য চৰকাৰে, নলবাৰীৰ বিশিষ্ট নাগৰিকৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক

নলবাৰীৰ জাঁপি শিল্পৰ প্ৰচাৰ-প্ৰসাৰ কৰিব ৰাজ্য চৰকাৰে, নলবাৰীৰ বিশিষ্ট নাগৰিকৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক

by News Desk
57 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ শুকুৰবাৰে নলবাৰী জিলাৰ বিশিষ্ট লোকৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীত সাক্ষাৎ কৰে৷ নলবাৰী জিলাত বিভিন্ন দিশত সেৱা আগবঢ়াই অহা কেইবাগৰাকী লোকৰ প্ৰতিনিধি দলটোৱে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক সাক্ষাৎ কৰি নলবাৰী জিলাৰ কেইবাটাও সমস্যাৰ সমাধান আৰু পৰম্পৰা, সংস্কৃতি সংৰক্ষণৰ আহ্বান জনায়৷ সৌহাদ্যপূৰ্ণ আলোচনাত স্থানীয় বিধায়ক অশােক কুমাৰ শৰ্মাও উপস্থিত থাকে৷   

নলবাৰী জিলাৰ শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক, ছাত্ৰ নেতা সহ দলটোৱে মুখ্যমন্ত্ৰীৰ সৈতে নলবাৰীৰ গুৰুতৰ সমস্যা আঙুলিয়াই দি তেনে কাম সমূহ কৰিবলৈ আবেদন জনায়৷ প্রতিনিধি দলটোৱে চৰকৰৰ দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0