62
নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা পূব মাজদিয়া গাঁও নিবাসী ৰন্টু ডেকাৰ বৃহস্পতিবাৰে গুৱাহাটীস্থ হায়াত হস্পিতালত চিকিৎসাধীন অৱস্থাতে পৰলোক প্ৰাপ্তি ঘটে।
উল্লেখ্য যে মাত্ৰ পঞ্চাশ বছৰ বয়সতে মৃত্যু বৰণ কৰা শিক্ষক গৰাকীয়ে পত্নীসহ এগৰাকী কন্যা আৰু পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়।