40
নলবাৰীৰ পৰা হেমন্ত কলিতাঃ নলবাৰী জিলাৰ এখন অতি ভিতৰুৱা গাঁও চেংনৈৰ উদ্যমী মহিলা কৃষক শ্ৰীমতী পদ্মাৱতী বড়োৱে নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমলৈ সন্মান কঢ়িয়াই আনিছে।
তেওঁ শুকুৰবাৰে দিল্লী দূৰদৰ্শন কেন্দ্ৰত অনুস্থিত সদৌ ভাৰত ভিত্তিত মহিলা কৃষক ৰিয়েলিটী শ্ব’ত দ্বিতীয় শ্ৰেষ্ঠ মহিলা কৃষকৰ সন্মান লাভ কৰে।