82
নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ ঐতিহাসিক খঁৰাগড়ৰ আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অহা অহা ৩-৪ মে’ত দুদিনীয়া কার্যসূচীৰে ৩৫সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ’ব৷
খঁৰাগড়ৰ আঞ্চলিক কলা-কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বিহু সন্মিলন পৰিচালনা কৰিবলৈ প্রাঞ্জল কোঁৱৰক সভাপতি, ৰবীন গগৈ, ৰাজু গগৈক কার্যকৰী সভাপতি অখিল আহোম আৰু জয়জ্যোতি গগৈক যুটীয়া সম্পাদক হিচাপে উদযাপন সমিতি গঠন কৰা হয়।