48
নামতিঃ চৰকাৰ দুৰ্নীতি ৰোধ কৰিবলৈ গঠন হয় জানো৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত দুৰ্নীতি ৰোধ কৰাৰ কথা বাৰে বাৰে কয় যদিও চৰকাৰ গঠন কৰাৰ পিছত সেইয়া এক শ্ল’গান হৈ ৰয়৷ এই কথাকেই প্ৰমাণ কৰিলে শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগে৷
