65
পাটনাঃ এক আচহুৱা বাতৰিয়ে সকলোৰে দৃষ্টি আৰ্কষণ কৰিছে। সুৰেন্দ্ৰ প্ৰসাদ সিনহা এজন তান্ত্ৰিক৷ বিহাৰৰ বেগুচৰাই নামৰ অঞ্চলটোৰ এই তান্ত্ৰিকজনে মা-কামাখ্যাৰ সন্তুষ্টিৰ বাবে নিজ পুত্ৰক নৰবলিৰে দেৱীৰ চৰণত উৎসৰ্গা কৰিব বিচাৰিছে৷
ভাৰতীয় আইন নতে নিষিদ্ধ এই নৰবলিৰ বাবে লোকজনে যোৱা ২৯ জানুৱাৰীত বেগুচৰাইৰ মহকুমাধিপতিৰ ওচৰত অনুমতি বিচাৰিছে৷