46
newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মেদিনাপুৰত এখন কৃষক জন কল্যাণ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় ভাষণ প্ৰদান কৰি থকা অৱস্থাতে ৰভা ভাঙি প্ৰায় ২২ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়৷
#WATCH Moments after a portion of tent in PM Narendra Modi’s rally in Midnapore collapsed during his speech today. PM later met the injured in hospital. #WestBengal pic.twitter.com/NjvFY7d6Ay