53
নতুন দিল্লীঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উত্থাপন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰাজধানী ৰাঞ্চীত ৩০ হাজাৰ লোকৰ সৈতে যোগ দিৱসত অংশগ্ৰহণ কৰে৷
ডিঙিত গামোচা লৈ শৰীৰ আৰু মনৰ সুস্বাস্থ্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সৈতে ১০ টা গুৰুত্বপূৰ্ণ আসন সম্পন্ন কৰে৷