55
কোকৰাঝাৰঃ চিৰাং জিলাৰ উলুবাৰী ফুলকুমাৰী গাওঁত যোৱাকালি দধীৰাম নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাৰ জৰিয়তে চিৰাং জিলা নাথ যোগী ছাত্ৰ সন্থাৰ জিলা সমিতিখন গঠন কৰা হয়।
ৰাজকুমাৰ নাথক সভাপতি আৰু কৰুণা নাথক সম্পাদক হিচাপে লৈ ২১ জনীয়া চিৰাং জিলা নাথ যোগী ছাত্ৰ সন্থা সমিতিখন গঠন কৰা হয়।