Home দেশ২০১৪ চনৰ পৰা অনুষ্ঠিত হোৱা নাই ‘নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ’ৰ বৈঠক

২০১৪ চনৰ পৰা অনুষ্ঠিত হোৱা নাই ‘নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ’ৰ বৈঠক

by News Desk
A+A-
Reset
nbwl-news

নতুন দিল্লীঃ নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ চমুকৈ NBWLৰ যোৱা ৬ বছৰ ধৰি কোনো বৈঠক অনুষ্ঠিত হোৱা নাই। এই সময়ছোৱাত ব’ৰ্ডত থকা বিশেষজ্ঞ সদস্যসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি নীতি নিৰ্ধাৰণ তথা আন বিভিন্ন অনুমোদনৰ সিদ্ধান্ত ষ্টেণ্ডিং কমিটি (স্থায়ী কমিটি)য়ে নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে। পৰিৱেশ বিষয়ক দেশৰ আগশাৰীৰ আলোচনী Down to Earthত প্ৰকাশ পাইছে এই খবৰ।

অসমৰ দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খনন অব্যাহত থকা সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে এই উদ্বেগজনক খবৰ। এনেদৰে ব’ৰ্ডৰ সদস্যসকলৰ মাজত কোনো বৈঠক অনুষ্ঠিত নকৰাকৈয়ে অলপতে ১১ ৰাজ্যৰ বিভিন্ন প্ৰকল্প তথা আঁচনিত অনুমোদন জনোৱা হৈছে। যোৱা ৭ এপ্ৰিলত এই কথা এক টুইটযোগে সদৰী কৰিছিল কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0