86
newsnextone.com।যোৰহাটঃ যোৰহাট নগৰৰ সমীপৱৰ্তী চাৰিগাওঁ অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৫জন লোক গুৰুতৰভাবে আহত হয়।
আজি পুৱা প্ৰায় ৬:৩০ বজাত গোলাঘাট দিশৰ পৰা শিৱসাগৰ দিশলৈ গৈ থকা এএছ-০৫এইচ-১৯০০ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী খনক পিছ ফালৰ পৰা অহা তীব্র বেগী বাহনে খুন্দা মৰাৰ ফলত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে।