Home ৰাজ্যমহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষক কংগ্ৰেছত উপস্থিত অসমৰ দুই শিক্ষক

মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষক কংগ্ৰেছত উপস্থিত অসমৰ দুই শিক্ষক

by News Desk
52 views
A+A-
Reset

বাইহাটা চাৰিআলিঃ ৰাষ্ট্ৰীয় শিক্ষক কংগ্ৰেছত অংশ লোৱাৰ সুবিধা লাভ কৰিছে ৰাজ্যৰ দুগৰাকী শিক্ষকে৷ মহাৰাষ্ট্ৰৰ পুনেৰ এম আই টি বিশ্ব শান্তি বিশ্ববিদ্যালয়ত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হেৱা ২য় ৰাষ্ট্ৰীয় শিক্ষক কংগ্ৰেছত অসমৰ দুগৰাকী শিক্ষকে অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰাত শিক্ষক সমাজ উৎফুল্লিত হৈ পৰিছে৷

প্ৰধান শিক্ষক হিচাপে প্ৰদৰ্শন কৰি অহা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ মক্তাপুৰৰ পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যতীন গগৈক ৰাষ্ট্ৰীয় কংগ্ৰেছৰ বাবে নিৰ্বাচিত কৰে৷ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (অসম)ৰ সঞ্চালক অৰুণ ৰাজৰিয়াই আৰ এম এছ এ/টি টি/৯০/২০১৭-১১ নং চিঠিমৰ্মে ১০-১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া শিক্ষক কংগ্ৰেছ নিৰ্বাচন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0