Home বিশ্বনিত্য নতুন নীতিত অতিষ্ঠ মাৰ্কিন নাগৰিক, ট্ৰাম্প-মাস্কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

নিত্য নতুন নীতিত অতিষ্ঠ মাৰ্কিন নাগৰিক, ট্ৰাম্প-মাস্কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

by News Desk
A+A-
Reset
trump protest

নিউয়ৰ্কঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডোনাল্ড ট্ৰাম্পৰ মূল শ্লোগান আছিল মেক আমেৰিকা গ্ৰেট এগেইন৷ নিৰ্বাচনী প্ৰচাৰত বাৰে বাৰে এই শ্লোগান আওৰাইছিল ডোনাল্ড ট্ৰাম্পে৷ আমেৰিকাৰ নিবাসীসকলৰ জীৱন উন্নত কৰাৰ সপোন দেখুৱাই ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হ’ল৷ তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ মুখামুখি হৈ বিপুলসংখ্যক ভোটেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

কিন্তু বাস্তৱত আমেৰিকা গ্ৰেট হৈছেনে? কাৰ্যভাৰ গ্ৰহণ কৰাৰ চাৰি মাহৰ ভিতৰতে সমগ্ৰ আমেৰিকাত ট্ৰাম্পৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে৷ তেওঁক পুনৰ ক্ষমতালৈ ভোট দি আগুৱাই নিয়া আমেৰিকানসকলেই এতিয়া ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। আমেৰিকাৰ সময় অনুসৰি শনিবাৰে পুৱাৰে পৰা নিউয়ৰ্ক, ক’লৰাডো, হিউষ্টন, লছ এঞ্জেলছ, ৱাশ্বিংটনৰ ৰাজপথত ট্ৰাম্প বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে৷ এই ঘটনাই স্বাভাৱিকতে ট্ৰাম্প প্ৰশাসনক অস্বস্তিত পেলাইছে৷ প্ৰতিবাদকাৰী লাখ লাখ আমেৰিকানে কৈছে, ‘আমেৰিকাৰ কোনো ৰজা নাই। আমেৰিকাত ফেচিবাদ নচলিব৷’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0