newsnextone.com | ডিজিটেল ডেস্কঃ ছট্টীছগড়ৰ দান্তাবাড়া এলেকাত মাওবাদীয়ে আইইডি বিস্ফোৰণ কৰাৰ ফলত ৬ গৰাকী জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে৷ ৬গৰাকী জোৱানৰ ভিতৰত ৪ গৰাকী ছট্টীছগড় আৰ্ম ফৰ্ছ আৰু দুজন আৰক্ষীৰ বুলি জানিব পৰা গৈছে৷
Chhattisgarh: 3 jawans of Chhattisgarh Armed Force & 2 jawans of District Force killed and 2 jawans injured in an IED blast on a police vehicle in Dantewada's Cholnar Village. Troops of CRPF rushed to the spot, More details awaited. pic.twitter.com/J6a0JMpknn