Home ৰাজ্যভিতৰুৱা গাঁৱলৈ যোৱা পথকে চিনি নাপায় বিধায়ক দেৱব্ৰতই, গাঁঠিৰ ধনেৰে পথ নিৰ্মাণ কৰি ক্ষোভ

ভিতৰুৱা গাঁৱলৈ যোৱা পথকে চিনি নাপায় বিধায়ক দেৱব্ৰতই, গাঁঠিৰ ধনেৰে পথ নিৰ্মাণ কৰি ক্ষোভ

by News Desk
94 views
A+A-
Reset

newsnextone.com | নামতিঃ ১৫টা বছৰে শাসনৰ গাদীত থকা কালত সমষ্টিৰ ৰাইজৰ খবৰ লবলৈ আহৰি পোৱা নাছিল উজনিৰ শিৱসাগৰ জিলাৰ নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থাকি ভাল পোৱা বিধায়কগৰাকীয়ে সমষ্টিলৈ আহিলে চহৰতে বেছিকৈ ঘুৰা-ফুৰা কৰে৷ ডাঙৰ মানুহক সাক্ষাৎ কৰে আৰু গুৱাহাটীলৈ গুছি যায়৷ গাঁৱলৈ যাবলৈ আহৰি নাপায় বিধায়কগৰাকীয়ে৷ এই মন্তব্য আছিল নাজিৰা বিধান সভা সমষ্টিৰ একাংশ লোকৰ৷

২০১১ চনৰ পৰা সমষ্টি দখল কৰি থকা দেৱব্ৰত শইকীয়াই সমষ্টিৰ ৰাইজৰ একো কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ নিজ দলৰ চৰকাৰ থকাৰ সময়তো সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে একাংশ দালাল শ্ৰেণীৰ লোকৰ সৈতেহে সম্পৰ্ক ৰক্ষা কৰি চলিছিল বুলি কয় একাংশ লোকে৷ গাঁৱৰ কৃষক, দৰিদ্ৰ শ্ৰমিকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰে৷ কিয়নো তেওঁৰ সোঁৱে-বাৱে ডাঙৰ মানুহ ভৰি থাকে৷ সাধাৰণ মানুহ আৰু সাধাৰণ মানুহৰ সমস্যাক গুৰুত্ব নিদিয়া এগৰাকী লোক৷ নাজিৰা সমষ্টিৰ এটা এলেকাৰ ৰাইজৰ এয়া আছিল মনৰ কথা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0