57
বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ বালিদোংগা ফিল্ডবাৰিত সেনা আৰু তিনিখুটি আৰক্ষীয়ে অভিযান চলাই এজন দুৰ্ধৰ্ষ এন ডি এফ বি(সং) কেডাৰক হেন্ড গ্ৰেণেডসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত কেডাৰ জনৰ নাম টায়া লাবুং। কেডাৰজনে দহ বছৰ ধৰি এন ডি এফ বি (সং)ৰ লগত জড়িত থাকি সংগঠনৰ ধন সংগ্ৰহ কৰাৰ কামত নিয়োজিত হৈ আছিল।