61
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী থানাৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত যোৱা নিশা এজন এন ডি এফ বি সদস্য আটক হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা চম্পিৰাম দৈমাৰী ওৰফে গাডামালা (২৬) নামৰ এন ডি এফ বি সদস্যজনৰ স্বীকাৰোক্তিৰ পৰা জানিব পৰা মতে সদস্যজন ৰঞ্জন দৈমাৰী সংগঠনটোৰ মূৰব্বী হৈ থকাৰ সময়তে এন ডি এফ বিত যোগদান কৰিছিল।