Home ৰাজ্যছেৰফাংগুৰীত এনডিএফবি(এছ)ৰ কেডাৰ আটক

ছেৰফাংগুৰীত এনডিএফবি(এছ)ৰ কেডাৰ আটক

by News Desk
65 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী আৰক্ষী থানাৰ অৰ্ন্তগত আফলাগাওঁত আজি পুৱতি নিশা সেনাবাহিনীৰ তৃতীয় ৰাজপুত ৰেজিমেন্ট আৰু আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি যৌথ অভিযান চলাই এনডিএফবি(এছ)ৰ ৩৯নং বেটছৰ এগৰাকী দুধৰ্ষ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে৷

যৌথ অভিযানত আটক হোৱা এনডিএফবি (এছ)ৰ সদস্য গৰাকীক ছালেন বসুমতাৰী (২৫) ওৰফে বি ছানখাং বুলি চিনাক্ত কৰা হৈছে৷ তেওঁৰ কৱলৰ পৰা সেনা-আৰক্ষীয়ে এটা পিষ্টল আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে। অধিক তথ্যৰ সন্ধানত সেনা-আৰক্ষীয়ে এনডিএফবি সদস্য গৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0