Home ৰাজ্য“আমি অহাৰ কথা কাকো নকবি, নহ’লে সকলোকে মাৰি থৈ যাম”

“আমি অহাৰ কথা কাকো নকবি, নহ’লে সকলোকে মাৰি থৈ যাম”

by News Desk
52 views
A+A-
Reset

বিহালীঃ আমি অহাৰ কথা কাকো নকবি৷ যদি কোৱা তেন্তে আগৰ দৰেই তহঁতক মাৰি থৈ যাম৷ যিমানক পাৰো সিমানক মাৰি থৈ যাম৷ এই ভাবুকি এনডিএফবিৰ৷ অসম-অৰুণাচল সীমান্তৰ সোণাজুলিত এনডিএফবি (স) গোটে হাতে হাতে অত্যাধুনিক অস্ত্ৰ লৈ নিশা ভাবুকি দি সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷

যোৱা ১৯ ছেপ্তেম্বৰৰ গভীৰ নিশা অস্ত্ৰ-সস্ত্ৰৰে সহিতে সুসজ্জিত এটি যুৱকৰ দলে বিশ্বনাথ জিলাৰ সীমান্তৰ সোণাজুলিৰ ডাউদ চোৰেন নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি বড়ো মহিলা আৰু যুৱকক বিচাৰ-সোচাৰ কৰে৷ কেৱল ডাউড চোৰেণৰ ঘৰতে নহয় একাংশ লোকৰ ঘৰলৈ গৈ যুৱকৰ দলটোৱে সন্ধানহীন বড়ো মহিলা আৰু যুৱকক বিচাৰি অহা বুলি কৈ ‘আমি অহাৰ কথা কাকো নকবি নহ’লে, পূৰ্বৰ দৰেই নৰসংহাৰ কৰিম’ বুলি ভাবুকি দি আঁতৰি যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0