52
ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰ ভাগত চিবিআইয়ে NDTVৰ প্ৰতিষ্ঠাপক তথা প্ৰম’টাৰ প্ৰণয় ৰয় আৰু তেঁওৰ পত্নী ৰাধিকাৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলায়।
২০০৮ চনত আইচিআইচিআইৰ পৰা লোৱা এটা ঋণৰ ক্ষেত্ৰত অনিয়মৰ গোচৰ সন্দৰ্ভতে এই অনুসন্ধান চিবিআইৰ। NDTVৰ হিন্দী আৰু ইংৰাজী চেনেলৰ প্ৰম’টাৰ আৰআৰপিআৰ হল্ডিং প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত চিবিআইয়ে তালাচী চলায়।