48
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ পানী শুকোৱা অঞ্চল সমূহত পুনৰ বাঢ়িছে পানী৷ ৪ নং গেটেৰে নিপকোৱে পুৱা ৫ বজাৰপৰা ১১ বজালৈ এৰিছে চাৰিবাৰকৈ পানী৷
নেপক’ৰ কৃত্ৰিম সৃষ্টি বানে লখিমপুৰত পুনৰ সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি ।