49
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ জয়যাত্ৰা অক্ষুন্ন ৰাখিলে ছাত্ৰীয়ে৷ আজি ঘোষিত নেচনেল এলজিবিলিটি কাম এনট্ৰেন্চ টেষ্ট(নিট)ত উত্তীৰ্ণ হ’ল প্ৰায় ৩লাখ ছাত্ৰী৷ ইয়াৰ বিপৰীতে প্ৰায় ২লাখ ছাত্ৰ উত্তীৰ্ণ হয় এই পৰীক্ষাত৷
সন্মানীয় এমবিবিএছ আৰু বিডিএছৰ প্ৰৱেশ পৰীক্ষাত পাঞ্জাৱৰ নৱদীপ সিঙে শীৰ্ষ স্থান লাভ কৰে৷ মধ্য প্ৰদেশৰ অৰ্চিত গুপ্তা আৰু মনিষ মুলচান্দনীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে৷