54
জাগীৰোডঃ ১৫ চেপ্তেম্বৰৰ পৰা নিখোজ হৈ থকা এগৰাকী চালকৰ মৃতদেহ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় মৰিগাঁৱৰ নেলীত৷
দেওবাৰে নিশা নেলীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷