Home দেশমোডী ছাৰৰ 1 plus 1 plus 1

মোডী ছাৰৰ 1 plus 1 plus 1

by News Desk
68 views
A+A-
Reset

ডিজিটেল ডেস্কঃ বছৰৰ শেষত পুনৰ নতুন মিছনৰ দিশে আগুৱাইছে কেন্দ্রীয় চৰকাৰ। আন্তর্জাতিক গুণমান নির্ধাৰণকাৰী সংস্থা মুডিজৰ বিচাৰত ভাৰতৰ উত্তৰণৰ পিছতেই নতুন লক্ষ্যৰ উদ্দেশ্যে যাত্রা কৰিবলৈ আগবাঢ়ীছে মোডী চৰকাৰ। ‘১ বিলিয়ন-১ বিলিয়ন-১ বিলিয়ন’-কৈ পাখিৰ পিছত ধৰি আগুৱাইছে দেশ। 

লগতে স্পষ্ট কৰি কয় যে, ১০০ কোটি ইউনিক আধাৰ নম্বৰৰ লগত ১০০ কোটি বেংক একাউন্ট তথা ১০০ কোটি মোবাইল নম্বৰ সংযুক্ত কৰা হ’ব। চৰকাৰী মহলৰ দাবী তীব্ৰতাৰে কার্যকৰী হ’ব এই “1 plus 1 plus 1” নিয়ম। যদিও এই পৰ্যন্ত কোনো নির্দিষ্ট দিন স্থিৰ হোৱা নাই, তথাপিও আর্থিক তথা ডিজিটেল মূলধাৰাৰ বিস্তৃতিত এই নতুন পদক্ষেপ নিসন্দেহে অত্যন্ত উল্লেখযোগ্য।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0