Home ৰাজ্যজাতীয় শ্ৰমিক পৰিষদৰ ধেমাজি জিলা সমিতি গঠন

জাতীয় শ্ৰমিক পৰিষদৰ ধেমাজি জিলা সমিতি গঠন

by News Desk
153 views
A+A-
Reset

চিচিবৰগাওঁঃ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়৷ অৰ্ধ শতাধিক যুৱ-ছাত্ৰৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ ধেমাজি জিলা সমিতিৰ তদৰ্থ সমিতিখন গঠন কৰা হয়।

দ্বীপ শইকীয়াক সভাপতি আৰু ইন্দ্ৰ সন্দিকৈক সাধাৰণ সম্পাদক হিচাপে লৈ ১৪ জনীয়া তদৰ্থ সমিতি গঠন কৰা হয়। তিনিমাহৰ ভিতৰত পূৰ্ণাংগ জিলা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা সভাত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু প্ৰতীম চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিত দাস উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0