Home ৰাজ্যবাৰ্তাজীৱী সংঘৰ নতুন সমিতি গঠন

বাৰ্তাজীৱী সংঘৰ নতুন সমিতি গঠন

by News Desk
127 views
A+A-
Reset

গুৱাহাটীঃ  অসম বাৰ্তাজীৱী সংঘৰ ২০১৭-১৯ বৰ্ষৰ বাবে নতুন সমিতিৰ বাবে সাধাৰণ নিৰ্বাচন আজি গুৱাহাটী প্ৰেছ ক্লাবত সম্পন্ন হয়৷ ইতিমধ্যে নতুন সমিতিখনৰ বাবে বিনা প্ৰতিদ্বণ্ডিতাৰে সভাপতিৰূপে কেশৱ কলিতা, সাধাৰণ সম্পাদকৰূপে টুটুমণি ফুকন, সাংগঠনিক সম্পাদক হিচাপে ভাস্কৰ শৰ্মা, কাৰ্যালয় সম্পাদক হিচাপে ৰঞ্জিত গগৈ, প্ৰচাৰ সম্পাদক হিচাপে অলকেশ ভৰাঁলী নিৰ্বাচিত হৈছে৷

আজি সমিতিৰ উপ-সভাপতি, কোষাধ্যক্ষ আৰু আঠজনকৈ কাৰ্যকৰী সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আজি নিৰ্বাচনত সংঘৰ অন্তৰ্গত গুৱাহাটীৰ বিভিন্ন কাকতৰ সদস্যসকলৰ উপৰি অসমৰ বিভিন্ন জিলাৰ মুঠ ৪৮৯জন সদস্যৰ ভিতৰত ১৯৮ জনে ভোট দান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0