89
গুৱাহাটীঃ সময়ে সময়ে একে একোটা কথাক লৈ মহা বিতৰ্কৰ আৰম্ভ হয়৷ সেই বিতৰ্কই ছচিয়েল মিডিয়া, বাতৰি কাকত আৰু নিউজ চেনেল পৰ্যন্ত ঠাই লাভ কৰে৷ সচৰাচৰ সৰু মানুহক লৈ বিতৰ্কৰ কমকৈ হয় যদিও বৰ বৰ মানুহৰ বিতৰ্ক বেছিকৈ হোৱা পৰিলক্ষিত হয়৷