77
নতুন দিল্লীঃ অনিশ্চয়তাত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। সদনত কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া। বৰ্তমানৰ মডেলিটিৰ আধাৰত জনজাতিকৰণ সম্ভৱ নহয়।
লোকসভাত এই তথ্য জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ। মন্ত্ৰীৰ ভাষ্যত স্পষ্ট হ’ল জনজাতিকৰণক লৈ চলা ৰাজনীতি। মডেলিটিত সন্নিৱিষ্ট ৫ টা চৰ্তৰ দুটা চৰ্ত প্ৰযোজ্য নহয় বুলি কলে মন্ত্ৰীয়ে।