51
নতুন দিল্লীঃ সোমবাৰে পুৱা দিল্লীত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। আগ্ৰাৰ ওচৰৰ যমুনা এক্সপ্ৰেছ ৱে’ৰ সমীপত সংঘটিত হয় শোকাৱহ পথ দূৰ্ঘটনা।
দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাছখনত থকা ২৯ গৰাকীকৈ যাত্ৰী। নিয়ন্ত্ৰণ হেৰুৱাই পথৰপৰা ১৫ ফুট তলৰ এক দ–খাৱৈত পৰি যায় বাছখন।