126
ধুবুৰীঃ আজি ধুবুৰীৰ দৈনিক আৰু সাপ্তাহিক কাকত, দুৰ্নীতিৰ দৰ্পণৰ উদ্যোগত “নাৰীৰ অধিকাৰ” নামৰ মাহেকীয়া আলোচনী খন ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত উন্মোচন কৰা হয়।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথি সকলে উপস্থিত থাকে। মাহেকীয়া আলোচনীখনৰ উন্মোচনী সভাত উপস্থিত থাকি ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া, বিকাশ শৰ্মা দেৱে আনুষ্ঠানিক ভাবে উন্মোচন কৰে৷