Home ৰাজ্যঅভাৱ পূৰণ হ’ল, তাঁতিবাহাৰত সপ্তাহিক বজাৰ মুকলি

অভাৱ পূৰণ হ’ল, তাঁতিবাহাৰত সপ্তাহিক বজাৰ মুকলি

by News Desk
61 views
A+A-
Reset

নাৰায়ণপুৰঃ এখন সাপ্তাহিক বজাৰৰ অভাৱ পূৰণ হ’ল নাৰায়ণপুৰৰ তাঁতিবাহাৰ অঞ্চলৰ ৰাইজৰ৷ বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত গাঁও পঞ্চায়তে নিৰ্মাণ কৰা এখন নতুন বজাৰ মুকলি কৰা হয় ৰাইজৰ বাবে৷ পিছলা গাওঁ পঞ্চায়তে তাঁতিবাহাৰ ৰেল ষ্টেছনৰ সমীপত বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰে বজাৰ খন৷

সপ্তাহিক বজাৰ খনত প্ৰথম দিনটোতে যঠেষ্ঠ সংখ্যক ব্যৱসায়ী তথা ৰাইজৰ উপস্থিতি দেখা যায়৷ বজাৰ খন উদ্বোধন কৰে পিছলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য নিৰঞ্জন বৰাই। প্ৰতি বৃহস্পতি বাৰে অনুষ্ঠিত হ’বলগীয়া সপ্তাহিক বজাৰ খনত সকলো ৰাইজৰ তথা ক্ৰেতা বিক্ৰেতাৰ উপস্থিতি কামনা কৰিছে ব্যৱসায়ী সন্থাৰ সম্পাদক ধন বৰাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0