22
Feb
2017
দিল্লীঃ নতুনকৈ এহাজাৰটকীয়া নোট প্ৰচলন কৰাৰ কোনো পৰিকল্পনা কৰা নাই কেন্দ্ৰীয় চৰকাৰে। সম্প্ৰতি এই বিষয়ে প্ৰকাশিত খবৰক গুজব আখ্যা দিলে বিত্ত মন্ত্ৰণালয়ৰ সচিব শশীকান্ত দাসে। আনহাতে বিমুদ্ৰাকৰণৰ ঘোষণাৰ প্ৰথমছোৱাত বেংক একাউণ্টত পাঁচ লাখ টকা সঞ্চয় কৰোতাৰ প্ৰতি দৃষ্টি ৰাখিব চৰকাৰে।