74
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ নাগৰিক সকলৰ সামাজিক সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ব্যয় বন্ধন যোজনা নামৰ আঁচনিখনত পৰিৱৰ্তন সাধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ চৰকাৰে এই প্ৰধানমন্ত্ৰী হ্যয় বন্ধন যোজনাৰ বিনিয়োগ ধনৰ পৰিমাণ ১৫ লাখলৈ বৃদ্ধি কৰিছে৷
যাৰ ফলত এতিয়া জ্যেষ্ঠ নাগৰিক সকলে প্ৰতি মাহে ১০ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব পাৰিব৷ উল্লেখ্য যে, পূৰ্বতে এই যোজনাৰ বিনিযোগ ৰাশি আছিল মাত্ৰ ৭.৫ লাখ টকা৷