66
গুৱাহাটীঃ ৰাজ্যৰ বিদ্যুৎ বিভাগে নতুন আঁচনি গ্ৰহণ কৰিছে৷ আঁচনি অনুযায়ী মানুহৰ ঘৰৰ পৰিৱৰ্তে বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে এতিয়া গছৰ ডাল-পাত, পুখুৰীৰ পাৰৰ হাবি, পদপথত বিদ্যুতৰ সংযোগ দিয়া আৰম্ভ কৰিছে৷
সতীৰ্থ মন্ত্ৰীৰ সভাত শিক্ষকৰ খতিয়ান লৈ থকা দৃশ্য চাই হাঁহি হাঁহি আপোন পাহৰা হোৱা ৰাজ্যৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসে এই আঁচনিৰ জৰিয়তে ইতিমধ্যে ৩০ জনতকৈ অধিক লোকক একপ্ৰকাৰ হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।