61
ডিজিটেল ৰিপ’ৰ্টঃ ৰাজ্যত আজি পুনৰাই ভূমিষ্ঠ হ’ল আন এক ছাত্ৰ সংগঠনৰ। ৰাজ্যত কে’বাটাও ছাত্ৰ সংগঠন বৰ্তি থকাৰ সময়তে আজি গুৱাহাটীত জন্ম হয় এই নতুন ছাত্ৰ সংগঠনটোৰ।
নতুনকৈ জন্ম লাভ কৰা এই ছাত্ৰ সংগঠনটো হৈছে নাথ-যোগী ছাত্ৰ সন্থা।নাথ যোগী জনজাতি আৰু স্বায়ত্বশাসিত দাবী পৰিষদৰ বিশেষ প্ৰচেষ্টাত জন্ম লাভ কৰে এই সংগঠনটোৱে।