Home ৰাজ্যচিৰাঙত অখ্যাত উগ্ৰপন্থী সংগঠন NFFBৰ ৮ সদস্য গ্ৰেপ্তাৰ

চিৰাঙত অখ্যাত উগ্ৰপন্থী সংগঠন NFFBৰ ৮ সদস্য গ্ৰেপ্তাৰ

by News Desk
78 views
A+A-
Reset

কাজলগাঁওঃ বিটিএডিত নিতৌ ভূমিষ্ঠ হ’ব ধৰিছে ন’ ন’ উগ্ৰপন্থী সংগঠন৷ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত কিছু দিন পূৰ্বে এটি অখ্যাত সংগঠনৰ চাৰিগৰাকী যুৱক অস্ত্ৰ সহিতে ধৰাৰ পাছতে চিৰাং জিলা আৰক্ষীয়ে কালিৰে পৰা চিৰাং-বৰপেটা জিলাত অভিযান চলাই নতুন কৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ‘নেচনেল ফ্ৰীডম ফাইটাৰ অৱ বড়োলেণ্ড‘ চমুকৈ এন এফ এফ বিৰ অাঠজন সদস্যক গ্ৰেপ্তাৰ কৰে৷

প্ৰায় ৩০ ঘন্টা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৮টা মোবাইল, দুখন ধন দাবী পত্ৰ, ৩৫ হেজাৰ নগদ টকা৷ সদস্য সকলৰ ভিতৰত এজন ১৭ বছৰৰ কিশোৰে আছে । চিৰাং জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নাগালেণ্ডৰ পৰা ওদালগুৰি আৰু ওডালগুৰিৰ পৰা বাছেৰে কোকৰাঝাৰলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে চলোৱা অভিযানত বাছৰ পৰা দুজন এন এফ এফ বি সদস্যক কাশীকোট্ৰাত গ্ৰেপ্তাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0