Home দেশমুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত শিশুসহ ৯জন

মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত শিশুসহ ৯জন

by News Desk
A+A-
Reset
ezgif-4-806e6d2b2f

মুম্বাইঃ মুম্বাই-গোৱা হাইৱেত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এটি শিশু আৰু ৩ গৰাকী মহিলাসহ নিহত হৈছে মুঠ ৯ জনকৈ লোক। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি আজি পুৱা প্ৰায় ৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মনগাঁও অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাটো। 

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে, মুম্বাই অভিমুখী এখন তীব্ৰবেগী ট্ৰাকে বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনত সমুখৰ পৰা খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনৰ খুন্দাত ভাঙি চুচূৰ্মৈ হৈ পৰে চাৰিচকীয়া বাহনখন। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0