Home ৰাজ্যশিং গাঁৱৰ নিৰ্মল ৰাভা উভতি আহিল……..

শিং গাঁৱৰ নিৰ্মল ৰাভা উভতি আহিল……..

by News Desk
53 views
A+A-
Reset

ওদালগুৰিঃ ছ’চিয়েল মিডিয়াযোগে এতিয়া সকলোৱে নিজৰ নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদিৰে মানুহে নিজৰ মনৰ কথা প্ৰকাশ কৰি আহিছে৷ সাধাৰণ মানুহৰ পৰা চেলিব্ৰেটীলৈ, ৰাজনেতাৰ পৰা সমাজকৰ্মীলৈ সকলোৱে এতিয়া ফেচবুক ব্যৱহাৰ কৰে৷ ফেচবুকত নিজৰ মনৰ কথা কোৱাৰ লগতে চৰকাৰৰ জনবিৰেধী নীতিৰ বিৰুদ্ধে বহু লোকে মত প্ৰকাশ কৰি আহিছে। 

নিৰ্বাচনৰ সময়তো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰচাৰতো ফেচবুকক ব্যৱহাৰ কৰিছে৷ ৰাজনৈতিক দলৰ সমৰ্থকসকলেও ফেচবুকত দলৰ নীতি আদৰ্শ লক্ষ্যৰ কথা প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰা দেখা যায়। চৰকাৰৰ জনবিৰোধী কৰ্ম-কাণ্ডৰ বিৰুদ্ধে জনমত গঢ়াত যেন সবল ভূমিকা পালন কৰিছে ছ’চিয়েল মিডিয়াই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0