Home ৰাজ্য১৮ বছৰীয়া নিৰ্মলে কলেজলৈ গৈ উভতি আহিল মৃতদেহ হৈ

১৮ বছৰীয়া নিৰ্মলে কলেজলৈ গৈ উভতি আহিল মৃতদেহ হৈ

by News Desk
81 views
A+A-
Reset

তুলসীবাৰীঃ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কৰৰাত মঙলবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজনকৈ ছাত্ৰই৷ ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুওৱা ছাত্ৰ নিৰ্মল কলিতাৰ তুলসীবাৰীস্থিত বাসগৃহত এতিয়া মাথো কান্দোনৰ ৰোল৷

একমাত্ৰ পুত্ৰক অকালতে হেৰুওৱাৰ বেদনাত পিতৃ-মাতৃক বুজনি দিবলৈ কোনো ভাষা বিচাৰি পোৱা নাই আত্মীয়-স্বজন তথা প্ৰতিবেশীসকলে৷ তুলসীবাৰী নিবাসী বশিষ্ঠ কলিতাৰ একমাত্ৰ পুত্ৰ তথা ৰঙিয়াৰ আনন্দৰাম বৰুৱা কলেজৰ ছাত্ৰ নিৰ্মল কলিতা (১৮) আৰু সহপাঠী ৰাজীৱ কলিতাই (১৮) আন দিনাৰ দৰে মঙলবাৰেও ৰাওনা হৈছিল কলেজলৈ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0