76
ডিজিটেল ডেস্কঃ মিত্ৰজোঁটৰ চৰকাৰ ভংগ কৰাৰ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে প্ৰায় ৮ মাহৰ মূৰকত পুনৰ মন্তব্য আগবঢ়াইছে৷ নীতিশ কুমাৰে পূৰ্বে আশংকা কৰাৰ দৰেই লালুপ্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল ৰপ্ৰতি মোহভংগ হোৱা বুলি কয়৷
সোমবাৰে পাটনাত অনুষ্ঠিত সাপ্তাহিক লোক সংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নীতিশ কুমাৰে সাংবাদিকৰ সৈতে হোৱা মুখামুখি হৈ কয়, প্ৰথমৰ পৰাই মই ধাৰণা কৰিছিলোঁ, মিত্ৰজোঁটৰ চৰকাৰ বেছি দিনলৈ বৰ্তি নাথাকে৷