Home ৰাজ্যশতায়ু গৰকা সমাজকৰ্মী নিয়াশাৰাম নাথৰ মৃত্যু

শতায়ু গৰকা সমাজকৰ্মী নিয়াশাৰাম নাথৰ মৃত্যু

by News Desk
50 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী তথা সমাজকৰ্মী নিয়াশাৰাম নাথ যোৱানিশা বৃদ্ধজনিত কাৰণত ১০২ বছৰত ইহলীলা সম্বৰণ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অঞ্চলটোৰ ভিতৰত বয়োবৃদ্ধ বুলি জনাজাত নিয়াশাৰাম নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে আজি পুৱাৰে পৰা মৃতকৰ ঘৰত অজস্ৰ গুণমুগ্ধৰ সোঁত বয়।

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মণ নাথ, সাধাৰণ সম্পাদক অৰবিন্দ নাথ, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি ভূমিধৰ নাথ, বিটিএডি যোগী নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথকে ধৰি জনগোষ্ঠীটোৰ কেবাগৰাকী নেতাই মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ উপৰিও শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0