Home E-সংবাদNNO ই-সংবাদ 24062025

NNO ই-সংবাদ 24062025

by News Next One
A+A-
Reset

প্ৰথম পৃষ্ঠা ▪️ইৰানৰ লক্ষ্য কাটাৰৰ মাৰ্কিন ঘাটি, দেশে দেশে বন্ধ বিমানপথ▪️বিৰোধী ঐক্যক লৈ ‘ছিৰিয়াছ নহয়’ কংগ্ৰেছঃ অখিল▪️ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাত পথলৈ সহস্ৰাধিক লোক▪️মুখ্যমন্ত্ৰীৰ আশ্বাস সত্বেও পৰ্বতঝোৰাত পুনৰ প্ৰতিবাদ▪️যেন হ’ল গুৱাহাটী! এজাক বৰষুণতে বুৰ গ’ল শিৱসাগৰ নগৰ▪️ইজৰাইলক প্ৰত্যক্ষ ভাবুকি ইৰানৰ সৰ্বোচ্চ নেতাৰ▪️৪ সমষ্টিতেই বিৰোধী শিবিৰত বিজয়ৰ হাঁহি▪️ইৰানৰ ভাবুকিত উভতিল দুখন তেল পৰিবাহী জাহাজ▪️মুখ্যমন্ত্ৰীৰ উত্তৰ নিৰ্লজ্জঃ গৌৰৱ গগৈ▪️হঠাৎ ইজৰাইলৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ! নামানিলে ক্ষুব্ধ ইৰানে▪️হাগ্ৰামা-প্ৰমোদক ৰিম’ট কন্ট্ৰ’ল কৰিছে বিজেপিয়েঃ গৌৰৱ▪️অ’এনজিচিৰ ৰীগত ক্ৰমাৎ হ্ৰাস গেছ নিৰ্গমন▪️হৰমুজ প্ৰণালীক লৈ কূটনীতি আৰম্ভ

৬নং পৃষ্ঠা▪️টকলা হ’বগৈ নেকি ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান?▪️লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীক পঢ়াব আছুৱে▪️খেলি থকা অৱস্থাত মৰা নৈত পৰি সলিল সমাধি এটি শিশুৰ▪️শ্ৰমিকৰ সুৰক্ষাক লৈ হেতালি, নিহত ১▪️অসমৰ মাটি বাহিৰৰ পুঁজিপতি গোষ্ঠীক নোৱাৰিবঃ আপ অসম▪️চামগুৰিত বনৰীয়া হাতী আৰু বান্দৰৰ উপদ্ৰৱতঅতিষ্ঠ ৰাইজ▪️ইৰানৰ ওপৰত আমেৰিকাৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বিক্ষোভ▪️মালিগাঁৱৰ পাহাৰত চুলাই মদ প্ৰস্তুত কৰা ভাটী ধ্বংস▪️জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী

স্থানীয় পৃষ্ঠা ▪️আজিৰে পৰা ক্ৰিয়েটিভ আৰ্ট গেলেৰীত চিত্ৰ প্ৰদৰ্শনী▪️বৰহাওৰত কংগ্ৰেছ, জয়নগৰত বিজেপি, আমবাৰীত অগপ দলৰ প্ৰাৰ্থীৰ শপত গ্ৰহণ
▪️লাহৰীঘাট বৰখাবলৰ বৃদ্ধ নিৰুদ্দেশ▪️চৰকাৰ আৰু কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত নগাঁৱত পাৰ্থেনিয়াম নিৰ্মূলকৰণ অভিযানৰ সজাগতা সভা▪️হামৰেণত কাৰ্বি পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন▪️নৱনিৰ্বাচিত ৱাৰ্ড সদস্যই আৱদ্ধ কৰিলে বিষয়াৰ বাহন▪️যোৰহাট জিলাত ৫৭৭ সংখ্যক গুৰুজয়ন্তী উদ্‌যাপন সমিতি গঠন▪️মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ মহাৰজত জয়ন্তী পালন▪️ডিব্ৰুগড়ৰ জকাইত গীতে-মাতে মুখৰিত জেউতি সংঘৰ ৰংগমঞ্চ▪️ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চুৰি▪️অভিযন্তা প্ৰশান্ত শইকীয়াক পদোন্নতিকালীন বিদায় সম্বৰ্ধনা▪️মৰিগাঁও জিলাৰ সাংবাদিকৰ সৈতে আয়ুক্ত অনামিকা তিৱাৰীৰ সৌহাৰ্দ্যমূলক আলোচনা▪️মৰিয়নিত চাহপাত কঢ়িওৱা বাহন দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু▪️নলবাৰীত ‌অসম মালা পথ নিৰ্মাণত ব্যাপক অনিয়ম ▪️গোলকগঞ্জৰ পাঁচখন পঞ্চায়তৰ প্ৰতিনিধিৰ শপতগ্ৰহণ ▪️খলিহৈত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ উৎসৱৰ সামৰণি ▪️অভয়াপুৰীৰ মণ্ডল বিজেপিৰ সভাত বলিদান দিৱস পালন ▪️বালাজানৰ তিনি পঞ্চায়ত সভাপতিৰ শপত▪️চামতাত বিশিষ্ট কবি বিপুল কুমাৰ দত্তৰ বিশেষ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন ▪️লাহৰীঘাটত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী ▪️ইউকো বেংকৰ কৃষি আৰু এমএছএমইৰ অধীনত ঋণোৎসৱ ▪️গোৰেশ্বৰত বিভিন্ন সমস্যা সমাধানৰ দাবীত চিপিআই(এম)ৰ তামুলপুৰ জিলা সমাৱেশ ▪️পশ্চিম যোৰহাটৰ নামঘৰত চুৰি, দুটা চোৰ আটক

দেশ-বিদেশ, খেলৰ পৃষ্ঠা▪️পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বিজয় উদযাপনত বিষ্ফোৰণ ১১৫ দিনত স্বামীৰ দ্বাৰা হত্যা ৩০ মহিলাক▪️ গুজৰাটৰ বন্দৰত আবদ্ধ ইৰাণলৈ যাবলগীয়া ১ লাখ টন বাচমতি▪️ইৰাণলৈ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ▪️চাৰধাম যাত্ৰাত বন্ধ হ’ল হেলিকপ্টাৰ সেৱা▪️শ্ৰীনগৰত অৱতৰণ কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান উভতি আহিল দিল্লীলৈ ▪️ইংলেণ্ডৰ হেডিংলেত বিৰুদ্ধে দুটা ইনিংছত দুটাকৈ শতক অৰ্জন ঋষভৰ ▪️আন্তঃৰাষ্ট্ৰীয় হকী খেলৰ পৰা
অৱসৰ ঘোষণা তাৰকা ললিতৰ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0