Home ৰাজনীতি‘মোক পাপ্পু বুলি কয়, কিন্তু মোৰ ক্ষোভ নাই’, ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীক আলিংগন ৰাহুলৰ

‘মোক পাপ্পু বুলি কয়, কিন্তু মোৰ ক্ষোভ নাই’, ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীক আলিংগন ৰাহুলৰ

by News Desk
77 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে সংসদত ভাষণ দিবলৈ আৰম্ভ কৰিলে ভূমিকম্প আহিব বুলি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ঠাট্টা-মষ্কৰা কৰা পৰিলক্ষিত হয় বিজেপিৰ নেতা-সাংসদে৷ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত চৰকাৰ-বিৰোধী মুখামুখী হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিজেপি নেতা তথা সাংসদ গিৰিৰাজ সিঙে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ গিৰিৰাজে ভূমিকম্পৰ মজা লবলৈ তৈয়াৰ হৈ যাওক বুলি কয়৷ তাৰ এদিন পিছতে বলিউডৰ অভিনেতা তথা বিজেপিৰ সাংসদ পৰেশ ৰাৱালে আক্ৰমণ কৰে ৰাহুলক৷

#WATCH Rahul Gandhi walked up to PM Narendra Modi in Lok Sabha and gave him a hug, earlier today #NoConfidenceMotion pic.twitter.com/fTgyjE2LTt

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0