খাৰুপেটীয়াত পৰিৱেশ বিনষ্ট কৰিছে আৱৰ্জনাই, নিৰ্বিকাৰ নগৰ সমিতি

Home ৰাজ্যখাৰুপেটীয়াত পৰিৱেশ বিনষ্ট কৰিছে আৱৰ্জনাই, নিৰ্বিকাৰ নগৰ সমিতি

খাৰুপেটীয়াত পৰিৱেশ বিনষ্ট কৰিছে আৱৰ্জনাই, নিৰ্বিকাৰ নগৰ সমিতি

by News Desk
65 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়ৰ ৰাজ আলিৰ দুয়োকাষে জমা হোৱা আৱৰ্জনাৰ দমে বিনষ্ট কৰিছে স্বাস্থ্যকৰ পৰিৱেশ। বিগত প্ৰায় এবছৰ মানৰ পৰা আৱৰ্জনাবোৰ ছাফা কৰিবলৈ সক্ষম নোহোৱাত কদৰ্য ৰূপ ধাৰণ কৰিছে নগৰখনত।

নগৰখনৰ সোঁ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত চৰকাৰী পৰিবহন নিগমৰ আস্থান, মছজিদ পট্টি, যমুনা মাৰ্কেট, গোপীানাথ বৰদলৈ পথ, নাগেশ্বৰ আদিত ব্যৱসায় প্ৰতিষ্ঠান আদিৰ সন্মুখত বহুদিনৰ পৰা জমা হৈ থকা আৱৰ্জনাই অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰিও মহাবীৰ ৰোড, হস্পিতাল ৰোড, শ্মশান পট্টি, টিলা পট্টি, গোপাল নগৰ, ৰাম নগৰ, জয়ন্তী নগৰ, ওৱাহাব নগৰ, সোনাৰু পট্টি, জনতা নগৰ আদি গলি বিলাকৰ ৰাস্তাৰ দুয়োকাষে জমা হৈ থকা আৱৰ্জনাবোৰ নগৰ সমিতিয়ে পৰিষ্কাৰ নকৰাত সেইবোৰ ড্ৰেইনত পেলাই দিছে আৱাসিক লোকে সকলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0