65
চতিয়াঃ নৱগঠিত বিশ্বনাথ জিলাৰ এখন গাওঁ। এই গাঁওখনৰ সোমাজেৰে পাৰ হৈ গৈছে ৪০ হাজাৰ ভল্টৰ বিদ্যু পৰিবাহী তাৰ। পিছে হ’লে কি হ’ব, স্বাধীনতাৰ ৭০ বছৰ পিছতো গাওঁখনৰ ৰাইজে আজিলৈ দেখা নাই বিজুলীৰ পোহৰ, দেখা নাই টিভি।
একবিংশ শতিকাটো বিজুলীৰ পোহৰ, টিভি নথকা এই গাঁওখন হৈছে জটকৰিয়া। এই গাঁৱৰ ৰাইজে এতিয়াও নৈ বা নাদৰ পানীকে খাই আহিছে। ম’বাইল ফোন আছে যদিও কাষৰ গাঁৱলৈ গৈ ধন খৰছ কৰি ফোন চাৰ্জ কৰিব লাগে গঞাই।